Advertisement

Pratima Baruah Pandeyৰ আজি ১৬সংখ্যক মৃত্যুতিথি

Pratima Baruah Pandeyৰ আজি ১৬সংখ্যক মৃত্যুতিথি

গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৬সংখ্যক মৃত্যুতিথি। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমি বঁটাৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন ভিন্ন কাৰ্যসূচীৰ। ২০০২ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল গোৱালপাৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা শিল্পীগৰাকীৰ।
News18 Assam is one of the Assam’s leading news channel. Please follow up page to watch live and breaking news with latest videos added very hour.
Please visit our website for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: , iPhone:

assam,assamese news,assam news,news,news live,northeast,nagaland,breaking news,tripura,meghalaya,daily news,google news,mizoram,Pratima Baruah pandey,chandmari news,assam latest news,assam top news,assam top headlines,

Post a Comment

0 Comments